TOP NEWS

6/recent/ticker-posts

Header Ads Widget

পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অৰ যোগদান



গুৱাহাটী, ২৪  জুলাই : অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটীৰ বশিষ্ঠস্থিত পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী হিচাপে ২৩ জুলাইত  যোগদান  কৰিছে ভাৰতীয় বন সেৱাৰ বিষয়া ৰোহিনী বল্লভ শইকীয়াই । তেওঁ বিদায়ী  আৰু নগাঁওলৈ বদলি হোৱা  ভাস্কৰ ডেকাৰ পৰা কার্যভাৰ গ্ৰহণ কৰে । আনহাতে এই উপলক্ষে কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত বিদায়ী আৰু নৱনিযুক্ত দুয়োজন ডি এফ অ'ক   সহকাৰী বন সংৰক্ষক  , সংমণ্ডলৰ অধীনৰ কেবাজনো  আঞ্চলিক বন  বিষয়া আৰু  খণ্ড বন  বিষয়াই  শৰাই , জাপি , গামোছা আৰু ফুলৰ থোপাৰে আদৰণি জনায় । 

Post a Comment

0 Comments