TOP NEWS

6/recent/ticker-posts

Header Ads Widget

নিউজ প’ৰ্টেলসমূহক নাকী লগাব ৰাজ্য চৰকাৰে




 গুৱাহাটী, ৮ জুন: ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পোৱা নিউজ ৰ্টেলসমূহক নাকী লগাব ৰাজ্য চৰকাৰে৷ পৰ্টেলসমূহে নিৰ্দিষ্ট নীতি-নিৰ্দেশনা পালন কৰিব লাগিব আৰু শীঘ্ৰেই চৰকাৰে ৰ্টেলসমূহৰ ক্ষেত্ৰত ব্যৱস্থা বুলি তেজপুৰত আজি মন্তব্য কৰিলে জনসংযোগ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই৷

Post a Comment

0 Comments