TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বৰপেটাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ক'ভিড টিকাকৰণ প্ৰক্ৰিয়াৰ পৰ্যালোচনা

 


বৰপেটা, ২২জুনঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বৰপেটা জিলাত উপস্থিত হৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে মিলিত হৈ 'ভিড টিকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত পৰ্যালোচনা কৰেআজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰাৰ সামান্তৰাৰভাবে মন্ত্ৰী গৰা কীয়ে অনুৰূপ কাৰ্যসূচী লৈ বৰপেটাত উপস্থিত হয় উল্লেখযোগ্য যে অসমতো মুখ্যমন্ত্ৰী ° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ২০০০ টিকাকৰণ কেন্দ্ৰ স্থাপনেৰে আজিৰে পৰা দৈনিক বিনামূলীয়া 'ভিড টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অন্য জিলাৰ সমান্তৰালকৈ বৰপেটা জিলাটো আৰম্ভ হোৱা এই 'ভিড টিকাকৰণ ব্যৱস্থাৱলী তথা সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ সকলৰ পৰা বুজ লয় মন্ত্ৰী গৰাকীয়ে জিলাখনত টিকাকৰণ প্ৰক্ৰিয়া যাতে অধিক সূচাৰুৰূপে পৰিচালিত হয় তাৰবাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিটো টিকাকৰণ কেন্দ্ৰতে যাতে ক্ষিপ্ৰতাৰে আৰু সূচাৰুৰূপে টিকাকৰণ প্ৰক্ৰিয়া সম্পাদন হয় তাৰবাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে

Post a Comment

0 Comments