TOP NEWS

6/recent/ticker-posts

Header Ads Widget

শিক্ষাবিদ সম্পূৰ্ণানন্দ তালুকদাৰৰ বিয়োগ


বজালী, ৫ জুন :বিশিষ্ট  শিক্ষাবিদ  , লেখক, বজালী  মহাবিদ্যালয়ৰ  ভাৰপ্ৰাপ্ত  অৱসৰী অধ্যক্ষ ,বজালী মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি,  পাঠশালা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক হোৱাৰ  উপৰিও প্ৰতিষ্ঠাপক অধ্যক্ষ, বজালীৰ  সমাজ  জীৱনৰ   অন্যতম  কাণ্ডাৰী   সম্পূৰ্ণানন্দ  তালুকদাৰৰ বিয়োগত বজালী  জিলা  প্ৰশাসনে  গভীৰ  শোক  প্ৰকাশ  কৰিছে  আৰু  শোক  সন্তপ্ত  পৰিয়াল বৰ্গক  সমবেদনা  জ্ঞাপন  কৰিছে    এক  শোক বাৰ্তাত  উপায়ুক্ত  মৃগেশ  নাৰায়ণ বৰুৱাই কয়  যে  তালুকদাৰ দেৱৰ  বাগ্মিতা  আৰু  সকলো বিষয়ত  থকা  তেওৰ জ্ঞান  সমৃদ্ধ  চেতনাই  সৰ্ব স্তৰৰ  লোকক  মুগ্ধ  কৰাৰ  উপৰিও  ব্যক্তিত্বৰ  সৰলতাৰ  ভৃষণেৰে বজালীৰ  সমাজ  জীৱনত  উজলি  উঠা  তালুকদাৰ বিয়োগ সমাজৰ  অপূৰণীয়  ক্ষতি    বজালীৰ উপায়ুক্তই   তালুকদাৰৰ পূণ্যাত্মাৰ  শান্তি  কামনা  কৰিছে 

Post a Comment

0 Comments